BJP Assam Pradesh✓

@BJP4Assam

Official Twitter Handle of BJP Assam Pradesh.

181 Following218K Followers44K Posts
  1. BJP Assam Pradesh✓@BJP4Assam
    तुम गाली देते रहो, वह सपनों के भारत को आगे बढ़ा रहा है। मोदी देश के साथ खड़ा है, और देश मोदी के! 🇮🇳 #ModiKahinNahiJayega
    Download
    21029945
  2. BJP Assam Pradesh✓@BJP4Assam
    কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পিতৃক উদ্দেশ্যি কৰা অশালীন মন্তব্যৰ বিৰুদ্ধে কালি গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।
    Download
    025586
  3. BJP Assam Pradesh✓@BJP4Assam
    We've a message for Congress, RaGa and Kharge: 𝐈𝐭'𝐬 𝐃𝐎𝐍𝐄, 𝐁𝐫𝐨𝐨𝐨𝐨! 😎📈
    Download
    18422122.1K
  4. BJP Assam Pradesh✓@BJP4Assam
    कांग्रेस के राष्ट्रीय अध्यक्ष सम्मानीय पीएम के बारे में क्या बोल रहे हैं, सुनिए…⬇️ देश की मुख्य विपक्षी दल के अध्यक्ष ऐसी भाषा का प्रयोग कर रहे हैं, सुन कर आप लोग भी शर्मसार हो जाएँगे! कांग्रेस अध्यक्ष मल्लिकार्जुन खड़गे जी का मोदी जी के दिवंगत पिताजी को लेकर दिया गया बयान कांग्रेस पार्टी की दिवालिया सोच को दर्शाता है। कांग्रेस पार्टी के शीर्ष नेता द्वारा दिया गया ये कोई पहला बयान नहीं है। मोदी जी की दिवंगत माताजी के लिए भी अपनी कुत्सित सोच को कांग्रेस नेता अपने बयानों में कई बार प्रकट करते रहे हैं। कोई भी सभ्य दल, दल का नेता और दल का विचार इतना घटिया कैसे हो सकता है कि वो प्रधानमंत्री के दिवंगत पिता जी के लिए ऐसे अपशब्द का प्रयोग करे? कार्यक्रम में मौजूद जब एक शख्स ने कहा कि पीएम मोदी कहीं नहीं जाएंगे, इस पर खड़गे जी ने जवाब दिया- 'मोदी का बाप भी जाएगा।' राहुल गांधी का मानसिक दिवालियापन तो जगजाहिर है। लेकिन खड़गे जी आप भी? आप ऐसा घटिया बयान देकर इस आयु में राहुल गांधी को खुश तो कर लेंगे, लेकिन इससे क्या हासिल होगा आपको? खड़गे जी का ये बयान एक शर्मनाक, दुखद और घोर निंदनीय बयान है, लेकिन एक माफिया गैंग से और क्या ही उम्मीद कर सकते हैं! इसके लिए आपको देशवासियों से माफ़ी माँगनी चाहिए।
    Download
    0212564
  5. BJP Assam Pradesh✓@BJP4Assam
    পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত দৈনিক গড় হত্যাৰ খবৰৰ বিপৰীতে বিজেপি চৰকাৰৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ১,০০০ দিনত এটাও গঁড়ৰ চোৰাং চিকাৰ নোহোৱাটো আমাৰ সকলোৰে বাবে ইতিবাচক খবৰ হিচাপে পৰিগণিত হৈছে।
    Download
    06231.1K
  6. BJP Assam Pradesh✓@BJP4Assam
    আজি শ্ৰীশ্ৰীলক্ষ্মী পূজাৰ পবিত্ৰ ক্ষণত মাৰ শ্ৰীচৰণত সকলোৰে কল্যাণ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাই সেৱা আগবঢ়াইছোঁ। আই লক্ষ্মীৰ আশিসেৰে প্ৰতিটো পৰিয়াললৈ নামি আহক সুখ, শান্তি আৰু সমৃদ্ধিৰ জ্যোতি।
    Download
    0613671
  7. BJP Assam Pradesh✓@BJP4Assam
    BJP Assam Pradesh
    RT @AmitShah: Modi Govt deals another lethal blow against drugs with Operation Trident. Our agencies launched a barrage of simultaneous crackdowns across 38 locations in Assam, Mizoram and Manipur on 23 October, smashing an international narco-cartel. The operation revealed ₹100 crore worth of hawala transactions, froze 1,424 bank accounts, attached properties worth ₹17.82 crore, seized 500 detonators and ₹12 lakh in cash, and led to the arrest of 18 people. The network trafficked narcotics across the borders of India, Myanmar and Bangladesh through the Death Triangle Corridor. The offensive attests to India’s Himalayan resolve to realise the mission of eradicating every drug network by 31 December 2029. India will hammer until the last nail is driven into the coffin of drug cartels. Heartiest congratulations to the anti-narcotics team comprising central agencies, and police forces of the three states.
    05.7K0281
  8. BJP Assam Pradesh✓@BJP4Assam
    কাইলৈ অৰ্থাৎ ২৫ অক্টোবৰ তাৰিখে যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ১৩৯ সংখ্যক 'মন-কী-বাত' অনুষ্ঠান নিজৰ নিজৰ বুথত অংশগ্ৰহণ কৰি শ্ৰৱণ কৰো আহক-
    Download
    15241.7K
  9. BJP Assam Pradesh✓@BJP4Assam
    ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই মহিলা মৰ্চা, অসম প্ৰদেশৰ সভানেত্ৰী হিচাপে শ্ৰীমতী পূৰৱী ৰয়ক নিযুক্তি প্ৰদান কৰে।
    Download
    14141.1K
  10. BJP Assam Pradesh✓@BJP4Assam
    ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই ভাৰতীয় জনতা যুৱ মৰ্চাৰ নৱ নিযুক্ত ৰাষ্ট্ৰীয় সম্পাদক শ্ৰীবিশ্বজিৎ খাউণ্ডক শুভেচ্ছা জ্ঞাপন কৰে।
    Download
    13291.2K
  11. BJP Assam Pradesh✓@BJP4Assam
    हमारी सभ्यता और संस्कृति के रक्षक के रूप में वे सदैव सजग प्रहरी हैं...
    Download
    214631.4K
  12. BJP Assam Pradesh✓@BJP4Assam
    आज हमें बांटने वाली ताकतों के खिलाफ समाज को एकजुट करना है, हमें आत्मनिर्भरता के लिए देशवासियों को जागरूक करना है। 2047 में विकसित भारत के संकल्प से जन-जन को जोड़ना है। इन उद्देश्यों के लिए हमें और सक्रिय होना है।
    Download
    059619
  13. BJP Assam Pradesh✓@BJP4Assam
    Press conference by Hon’ble Chief Minister Himanta Biswa Sarma following Cabinet meeting.
    05181K
  14. BJP Assam Pradesh✓@BJP4Assam
    Press conference by Hon’ble Chief Minister Himanta Biswa Sarma following Cabinet meeting.
    029879
  15. BJP Assam Pradesh✓@BJP4Assam
    মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে ছাত্ৰীসকলৰ শৈক্ষিক যাত্ৰাৰ বাধাসমূহ আতৰাই আৰ্থিক সকাহ প্ৰদান কৰিছে। নিযুত মইনা আঁচনিৰ বিষয়ে সোণাপুৰৰ অৰ্পনা টেৰণে কি ক'লে শুনো আহকচোন ⬇️
    Download
    113511.3K
  16. BJP Assam Pradesh✓@BJP4Assam
    অসমৰ সাহিত্য-সংস্কৃতিৰ পথাৰখন চহকী কৰি থৈ যোৱা লোকসংস্কৃতিৰ বিশিষ্ট গৱেষক, শিক্ষাবিদ, কথাশিল্পী, সংগীতশিল্পী ড° বীৰেন্দ্ৰনাথ দত্তদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ।
    Download
    0411636
  17. BJP Assam Pradesh✓@BJP4Assam
    PM Shri Narendra Modi inaugurates Chinmaya Amrit Mahotsav Global Sammelan in New Delhi.
    018826
  18. BJP Assam Pradesh✓@BJP4Assam
    PM Shri Narendra Modi inaugurates Chinmaya Amrit Mahotsav Global Sammelan in New Delhi.
    219545
  19. BJP Assam Pradesh✓@BJP4Assam
    ভাৰতৰ যশস্বী গৃহ আৰু সমবায় মন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি, কোটি কোটি কাৰ্যকৰ্তাৰ প্ৰেৰণাৰ উৎস, দক্ষ সংগঠক শ্ৰীযুত @AmitShah ডাঙৰীয়ালৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা কামাখ্যাই আপোনাক সদায় সুস্বাস্থ্য আৰু সুদীৰ্ঘ কৰ্মময় জীৱন প্ৰদান কৰক তাৰেই কামনা কৰিছো। #HBDayAmitShah
    Download
    21023631
  20. Show more posts